Tuesday, 25 September 2012

তোমাৰ চকুত চকু থৈ



তোমাৰ চকুত চকু থৈ প্ৰেমিকা হব নোৱাৰাটো মোৰ দুখ হব পাৰে
ভালপোৱাৰ শব্দৰে তোমাক বুৰাই পেলাব পৰা কৈ মোৰ সাহস নহব পাৰে
তথাপি অলপ সময়টো ৰৈ যোৱা মোৰ কাষত....
অনুভবৰ বলিয়া বানে তোমাৰ সতে মোক উটুৱাই নিয়া লৈকে
তাৰ পাছত তুমি মই বুলিবলৈ তো একো নাথাকিব ।
সময়বোৰ ৰৈ যাব ।                
আৰু তুমি মই আমি হৈ পৰিম !

No comments:

Post a Comment