Wednesday, 2 May 2012

মাৰ্কেটিং


ভালপোৱা, সততা আজি কালি ভালদৰে মাৰ্কেটিং কৰিলেও পোৱা যায় । শ্বেয়াৰ মাৰ্কেটৰ দৰে এই অনুভূতিবোৰ..সময়ে সময়ে আপ-ডাউন কৰে । ৰিংচেৰিমণী মানে এন.অ.চি, কে.ভি.পি বা এল.আই.চিত ফিক্সড ডিপজিত যেন লাগে । বিয়া হ'ল এটা জীৱন বীমা । জীৱনটো অভাৱ অনাটনেৰে মাজেৰে জোৰা-তাপলি মাৰি চলি যাম , ভাল দিন আহিবতো এদিন । বন্ধুবোৰ ইউনিপে, জীৱন সাথি এইবোৰৰ দৰে...লাভ লোকচানৰ কথা আহিলেই নোহোৱা হৈ যাব পাৰে । প্ৰেমিকবোৰ বাজাজ এলিয়াঞ্জ, ৰিলাইনঞ্চ মানি ।
আৰু মোৰ জীৱনতো....এচ বি আই

No comments:

Post a Comment