Wednesday, 2 May 2012

তুমি আছা বাবেই আজিও মোৰ বাবে


তুমি আছা বাবেই আজিও মোৰ বাবে
আকাশত ফুলে ডাৱৰৰ ফুল
তুমি আছা বাবেই
আলফুলে সামৰি থৈছোঁ দুখৰ পৰিক্ৰমাবোৰ
তুমি আছা....   
এই ভ্ৰমৰ বাবেই মই আছো মোৰ সৈতে....

No comments:

Post a Comment