Wednesday, 2 May 2012

তুমি কাষত থকা হ'লে


তুমি কাষত থকা হ'লে...
পিন্ধিলোঁহেঁতেন এজাৰ ফুলেৰে আঁচু দিয়া ফুটুকা-ফুটুকি চোলা এটা ।
ভৰ বাৰিষাৰ দিখৌত জাপ দি জোখ ললোহেঁতেন
নদীৰ গভীৰতাৰ....
তুমি কাষত থকা হ'লে.....

No comments:

Post a Comment