Wednesday, 2 May 2012

ঠেহ


টোপনিৰ সৈতে বহুদিনেই হল ঠেহ পতা
টোপনিয়ে যে ভাঙিব নাজানে
অভিমান...
সেইবাবেই চাগৈ সপোন হৈ আহিব নোৱাৰা তুমি

No comments:

Post a Comment