Wednesday, 2 May 2012

অভিমানী ৰাতি


পুৱাই এটা শালিকা দেখিলো
আজিও চাগৈ আবেলি তোৰ সতে নাহা তুমি ।
দুখৰ ভৰত টোপনি নাহি সৃষ্টি হব হয়তো
আৰু এটা অভিমানী ৰাতি । 

No comments:

Post a Comment