Wednesday, 2 May 2012

কাৰণ


নেকুৱা হাজাৰটা কাৰণ থাকিব পাৰে যাৰ বাবে তোমাৰ হিয়াত মোক স্থান নিদিব পাৰা । হয়তো এনেকুৱা সহস্ৰ কাৰণো ও ওলাব , যাৰ বাবে ক্ষন্তেকতে মই নষ্ট কৰি পেলাব পাৰোঁ আমাৰ মাজৰ সম্বন্ধটো ! কিন্তু....কিন্তু এনেকুৱা এটাই মাত্ৰ কাৰণ আছে যিটোৱে সকলোবোৰ অপ্ৰিয় সত্যকো ঠেলা মাৰি তোমাক মোৰ মাজত ধৰি ৰাখিবলৈ বাধ্য কৰাই...সেইটোৱেই হল-কেৱল তোমাৰ কাষতেই মই পৰিপূৰ্ণ হৈ থাকো ।

No comments:

Post a Comment