Wednesday, 2 May 2012

পাৰফিউম


ভুলতে আজি তোমাৰ পাৰফিউমটো
ব্যৱহাৰ কৰিলোঁ  
দিনটো তুমি তুমি গোন্ধ এটাই
মতলীয়া কৰি থাকিল মোৰ মনটো..

No comments:

Post a Comment