Wednesday, 2 May 2012

ফাগুন...মই তোমাৰ দৰে হব খুজোঁ


ফাগুন...মই তোমাৰ দৰে হ'ব খুজোঁকুৰুকি কুৰুকি সোমাই যাব খুজোঁ মোৰ আপোনবোৰৰ শূন্যতাৰ মাজত । মোক দেওলীয়া কৰা হিয়া খনৰ মাজত । মই তোমাৰ দৰে অপূৰ্ণতাৰ মাজতো প্ৰাপ্তিৰ প্ৰাচুৰ্যই ভৰাই তুলিব খুজোঁ মোৰ প্ৰিয় পুৰুষজনৰ মনটোকউৰুঙা উৰুঙা লগা মনত জোনাকেৰে ওপচাই পেলাব খুজোঁ
......তুমি জানো কেনেকৈ পাৰা ! জানো কেনেকৈ পাৰা সমাধি দিয়া আবেগত প্ৰাণ দিব !!! মোক বাৰু শিকাবানে এইবাৰ.....

No comments:

Post a comment