Wednesday, 2 May 2012

সপোন


বা-মাৰলি এজাকে বহুবাৰ উতনুৱা কৰি
মোৰ কাষেৰেই পাৰ হৈ গৈছে ।
তথাপি নিলাজৰ দৰে ওৰণি খহায় বাট চাওঁ
কোনোবাটো ফাগুনৰ সৈতে আহেই বা মোৰ সপোনবোৰ..... 

No comments:

Post a Comment