Wednesday, 2 May 2012

সৌধ


আমাৰ ভালপোৱা হওঁক আমাৰ জীৱন জোৰা অহংকাৰৰ সৌধ
তুমি মোৰ কাষত পৰাজয় বৰণ কৰা
আৰু মই তোমাৰ কাষত...

No comments:

Post a Comment