Wednesday, 2 May 2012

নীলা কামিজটো


আকাশ নীলা কামিজটোৱে
সুন্দৰ দেখাইছে তোমাক ।
নীলা খিনি তোমাৰ বুকুজুৰি বৈ যাওক
মই তাতে মোৰ সপোনৰ ৰামধেনু আঁকিম...

No comments:

Post a Comment