Wednesday, 2 May 2012

ভালপোৱাৰ সংজ্ঞা


ভালপোৱা কাক কয় মই নাজানোঁ
এই যে তোমাক ভালপাও
সেয়া হয়তো ভালপোৱা নহবও পাৰে
তথাপি..মোৰ অপূৰ্ণতাখিনিৰ বাবে
প্ৰয়োজন হয় তোমাৰ সান্নিধ্য ....

No comments:

Post a Comment