Wednesday, 2 May 2012

কাকোৱে হেৰুৱাব নুখুজিলেও হেৰাই যায়......


কাকোৱে হেৰুৱাব নুখুজিলেও হেৰাই যায়......
আচলতে ভালপোৱাই কাকো ধৰি ৰাখিব নোৱাৰে
ভালপোৱাৰ প্ৰতি কিবা আকৰ্ষণ থাকিলে
নিজেই ৰৈ যায়.......
কোনে জানে.......
কোনে জানে কোনোবাদিন আকাশৰ সীমাহীন ভালপোৱা দেও দি
হেৰাই যাব পাৰে ইয়াৰ নীলা খিনি.........    

No comments:

Post a Comment