Wednesday, 2 May 2012

ক'ৰ পৰা জানো উৰি আহে


ক'ৰ পৰা জানো উৰি আহে ফাগুনৰ বতাহ জাকৰ দৰে...ঠিক যেন গেউলীয়া হোৱা ধানৰ দৰেই এটা মতলীয়া গোন্ধ .....মোক সাবটি ধৰে অনুভৱৰ বৰ্ণিল ছায়া এটা সমুখত ৰাখি ....মই তীব্ৰভাৱে কামনা কৰো সেইসময়ত মোৰ প্ৰিয়জনৰ উপস্থিতি । মোৰ প্ৰিয়জন, মোৰ ভাল গলা যিকোনো এজন আপোনৰ উপস্থিতি

No comments:

Post a comment