Wednesday, 2 May 2012

অভিমান নকৰিবা ....


অভিমান নকৰিবা ....
                   

হেৰুৱাৰ ভয় যত নাথাকে তাতেই মই অলপ লোভী হৈ পৰো । তোমাৰ পৰা বহু যোজন আতৰত থাকিলেও তোমাক মই নিজৰ লগতে লৈ ফুৰোঁ । মাথো মুখ ফুটাই কৱ নোৱাৰিব পাৰোঁ তুমি মোৰ বুকু জুৰি আছা বুলি ...কেৱল স্বীকাৰোক্তিয়েই জানো আপোনত্বক পূৰ্ণ কৰি তুলিব পাৰে .... ভালপোৱাৰ কিমান গভীৰতাত দৃঢ়তাৰে কৱ পাৰি ময়ো তেওঁৰ আপোন বুলি.....ভাবি চাবা । কিছুমান অভিমান নিজেই নিজে নোহোৱা হৈ পৰিব ।

No comments:

Post a Comment