Wednesday, 2 May 2012

ফাগুন


ফাগুনে কি দিয়ে নো...
উৰুঙা হৈও আকাশৰ সকলো ৰঙ কঢ়িয়াই আনে
প্ৰাপ্তি আৰু আকাশৰ ৰঙ হেনো সমাৰ্থক...
মই আকাশৰ নীলা খিনিৰে সাজিব খুজোঁ মোৰ সপোনবোৰ...  

No comments:

Post a Comment