Wednesday, 2 May 2012

চকুলো


তুমি হয়তো নাজানা কিমান দৰত নিলাম হ'ব পাৰে
তোমাৰ এটুপ চকুলো ।
কিমান আকুলতাৰে চুই যাব খুজে তোমাৰ হাঁহিয়ে
তোমাৰ আপোনবোৰক ।
নাজানা বাবেই শূন্যতাৰে ওপচাই পেলাইছে নিজকে...

No comments:

Post a Comment