Wednesday, 2 May 2012

ভাৱনাবোৰত যদি..........


ভাৱনাবোৰত যদি এখন জেওৰা দিব পাৰিলোঁহেঁতেন.....
অপ্ৰাপ্তিয়ে চাগৈ কোনো দিনে
চুব নোৱাৰিলোঁহেঁতেন আমাক ।
আৰু টোপনি নহা ৰাতিবোৰ.....
সপোন হৈ নামিল হেতেন দুচকুত.....

No comments:

Post a Comment